নিঘৰ্ষণ বলয় (Assamese) [ Roman: ni.ghor.xon bo.loy]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. Physics(Material Noun-Neuter) a flat ring or perforated piece of leather, rubber, metal, etc., used to give tightness to a joint, to prevent leakage, to distribute pressure, etc., as under the head of a nut or bolt. কোনো যান্ত্ৰিক ব্যৱস্থাত যোজন বিন্দুৰে পনীয়া বস্তু সৰকিব নোৱাৰা কৰিবলৈ অথবা সমানে চাপ বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, ৰবৰ বা ধাতুৰে তৈয়াৰী চেপেটা আঙঠি বা ফুটা কৰা সঁজুলি।
English:
Assamese:
